- Audiobook
 - 2021
 - 15 mins
 - Storytel Original IN
 - Novels & Stories
 
No links available.
Title
Puwotir Jonak Aru Ek Cup Saah
Description
দীঘল চুলিৰ বিন্দাচ ল'ৰাটোৰ নাম জোনাক। কেতিয়াও প্ৰেম বোলা বস্তুটোৰ কাষ নচপা, প্ৰেমৰ পৰা দুৰতে থকা ভাল বুলি ভবা, লগৰবোৰে 'বাবা' নাম দিয়া জোনাক শইকীয়া পিছে এদিন প্ৰেমত পৰে কেকুঁৰা চুলিৰ জাধলী ছোৱালী পুৱতিৰ। প্ৰেম মানে গেহৰা প্ৰেম! কিন্তু পুৱতিৰ জীৱনটো জানো সি দেখাৰ দৰে সহজ? জোনাকৰ এই পগলা প্ৰেমৰ কথা কাহানিবা পুৱতিয়ে জানিব নে? হবগৈ জানো সি তাৰ পুৱতিৰ জোনাক! জানিবলৈ শুনক ষ্টৰীটেল অৰিজিনেলে বিশেষভাৱে আগবঢ়োৱা অডিঅ' প্ৰেমৰ গল্প 'পুৱতিৰ জোনাক আৰু একাপ চাহ', জনপ্ৰিয় অভিনয় শিল্পী কমল লোচন আৰু গীতিকাৰ, কণ্ঠশিল্পী মৈত্ৰেয়ী পাটৰৰ কণ্ঠত। এই নিটোল কাহিনীটো লিখিছে বৰ্তমান সময়ৰ অতিকৈ সমাদৃত কথাশিল্পী, 'অৰ্ণৱ, আস্থা আৰু JEC' খ্যাত ইন্দ্ৰাণী শৰ্মাই।
On public lists of these users
This audiobook is not on any list yet. 
Product details
Publisher:
Author:
Title:
Puwotir Jonak Aru Ek Cup Saah
read by:
Fabely Genre:
Language:
AS
ISBN Audio:
0408100122514
Publication date:
October 18, 2021
Duration
15 mins
Product type
AUDIO
Explicit:
No
Audio drama:
No
Unabridged:
Yes